Loading the player...

Nahor [ নাহৰ ] || Ep - 243 || 16.03.2024 ||

  • এজনী ৰাংঢালী কাৰ্বি ছোৱালী আৰু এজন সৰল মনৰ চহৰীয়া ডাক্তৰৰ এক সঁচা আৰু নিভাজ প্রেমকাহিনী। ইজনৰ মনত সিজনৰ প্ৰতি থকা নিঃশ্বার্থ ভালপোৱাই যেন প্ৰেমৰ সংজ্ঞায়েই সলাই পেলায় সকলোৰে মনত। সমাজ ব্যৱস্থাৰ উচ্চ-নিচ বিচাৰ আৰু অসমৰ বহু পিছপৰা অঞ্চলত আজিও প্রচলিত কিছুমান অন্ধবিশ্বাসৰ বিৰোদ্ধে কৰা সংগ্ৰামৰ এক জীয়া কাহিনী, সঁচা প্ৰেমৰ স্বাৰ্থত কৰা চৰম ত্যাগৰ কাহিনী I
    Follow Rengoni TV :-
    Facebook: www.facebook.com/rengonitv
    Youtube: www.youtube.com/user/RengoniTV
    Instagram: www.instagram.com/rengoni.tv/
    Website: rengonitv.com/
    #rengonitv #nahor #entertainment#RENGONITV #ENTERTAINMENT

    Category : ALLONE

    #nahor#নাহৰ#ep#243#16#03#2024

    0 Comments and 0 replies
arrow_drop_up