Facebook: https://www.facebook.com/FskpZ
Twitch: https://www.twitch.tv/fskpz
Twitter: https://twitter.com/fskpzNS
Pay Pal donacija: https://youtube.streamlabs.com/fs
এজনী ৰাংঢালী কাৰ্বি ছোৱালী আৰু এজন সৰল মনৰ চহৰীয়া ডাক্তৰৰ এক সঁচা আৰু নিভাজ প্রেমকাহিনী। ইজনৰ মনত সিজনৰ প্ৰতি থকা নিঃশ্বার্থ ভালপোৱাই যেন প্ৰেমৰ সংজ্ঞায়েই সলাই পেলায় সকলোৰে মনত।